Hon'ble Prime Minister will release the 19th installment of the PM KISAN scheme on 12 September
পি এম কিষাণ হৈছে ভাৰত চৰকাৰৰ পৰা ১০০% পুঁজিৰে কেন্দ্ৰীয় খণ্ডৰ আঁচনি।
১.১২.২০১৮ৰ পৰা কাৰ্যক্ষম হৈ উঠিছে।
আঁচনিৰ অধীনত সকলো মাটিধাৰী কৃষক পৰিয়ালক তিনিটা সমান কিস্তিত বছৰি ৬,০০০/- টকা আয়ৰ সহায় আগবঢ়োৱা হ’ব।
আঁচনিৰ বাবে পৰিয়ালৰ সংজ্ঞা হ’ল স্বামী, পত্নী আৰু নাবালক সন্তান।
ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল প্ৰশাসনে আঁচনিৰ নিৰ্দেশনা অনুসৰি সহায়ৰ বাবে যোগ্য কৃষক পৰিয়ালক চিনাক্ত কৰিব।
এই পুঁজি পোনপটীয়াকৈ হিতাধিকাৰীৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰা হ’ব।
আঁচনিখনৰ বাবে বিভিন্ন Exclusion Categories আছে।
ekyc link: https://exlink.pmkisan.gov.in/aadharekyc.aspx
PM KISSAN New Application link: https://pmkisan.gov.in/RegistrationFormNew.aspx
PM KISSAN Aadhar Update link: https://pmkisan.gov.in/FarmerStatus.aspx
PM KISSAN Beneficiary Status Check link: https://pmkisan.gov.in/BeneficiaryStatus.aspx
PM KISSAN Beneficiary List: https://pmkisan.gov.in/Rpt_BeneficiaryStatus_pub.aspx

